Aaji Phagunor Puwa Belate | Bhupen Hazarika | আজি ফাগুণৰ পুৱা

Bhupen Hazarika

Songs – Aaji Phagunor Puwa Belate. Singer – Bhupen Hazarika. আজি ফাগুণৰ পুৱা বেলাতেই মেঘে ওন্দোলাই আনিলে, আজি ফাগুণৰ পুৱা বেলাতেই মেঘে ওন্দোলাই আনিলে. আবতৰতেই নীল আকাশত ক’লা ৰং কোনে সানিলে, মেঘে ওন্দোলাই আনিলে. আজি ফাগুণৰ পুৱা বেলাতেই মেঘে ওন্দোলাই আনিলে বসন্ত উৎসৱ নহ’ল পতা, বসন্ত উৎসৱ নহ’ল পতা, আধা কোৱা হ’ল জ্যোতিৰ মেলৰ গুপুত…

[Continue reading]

Khoikhobor Dhemali | শৈশৱতে ধেমালীতে | Bhupen Hazarika

Nekandiba Nekandiba

Songs – Khoikhobor Dhemali. Singer – Dr. Bhupen Hazarika. শৈশৱতে ধেমালীতে তোমাৰে ওমলা মনত আছে, ব’হাগ মাহৰ লুইতখনিত দুয়ো সাঁতোৰা মনত আছে, যৌৱনতে দুয়োৰে দেহাৰ লাজুকী পৰশ মনত আছে, মোৰ অবিহনে চিপজৰী ল’বা বুলি কোৱা মোৰ মনত আছে; ব’হাগ মাহৰ লগতে এদিন আহিল বৰদৈচিলা, সেই ধুমুহাত কাৰোবাৰ স’তে তুমি দেখো গুচি গ’লা, মনৰ গৰাকী এৰি…

[Continue reading]

Nekandiba Nekandiba | (Assamese Song Lyrics) | Bhupen Hazarika

Nekandiba Nekandiba

Songs – Nekandiba Nekandiba. Singer – Dr. Bhupen Hazarika. নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা, পাহাৰ বগাই ধৰি আনিম তুমি খোজা মইনা মইনা নেকান্দা কইনা. নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা, পাহাৰ বগাই ধৰি আনিম তুমি খোজা মইনা মইনা নেকান্দা কইনা. আনৰে সোণ লুকুৱাবলে পিতাই শিক্ষা নিদিলে, সমাজৰ ধন চান কাঢ়িবলে আয়ে শিক্ষা নিদিলে. কোবেৰৰো পু ন’হলো…

[Continue reading]

Tritiya srenir jatri aami | (Assamese Song) | Bhupen Hazarika

Bhupen-Hazarika.jpg

Songs – Tritiya Srenir Jatri Aami. Singer – Dr. Bhupen Hazarika. প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি, জীৱন ৰেলৰ ডবাত আমি জীৱন ৰেলৰ ডবাত আমি. প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি. মাজে মাজে মাজে ৰেলে চিঞঁৰে নোপোৱাৰ বেদনা জুই হৈ উৰে, আমাৰ এই জুইৰেই অগ্ৰগামী আমাৰ এই জুইৰেই অগ্ৰগামী. প্ৰথম নহয়…

[Continue reading]

Rimjhim rimjhim borukhune | Bhupen Hazarika | Best Assamese Songs

Bhupen-Hazarika.jpg

Songs – Rimjhim rimjhim borukhune. Singer – Dr. Bhupen Hazarika. Mur aaier soku paani aru deutar kopalor gham kun dekhor maatit xori pore? ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে নেপুৰ বজাই ক’ত, ক’ত, গিৰ্ গিৰ্ ডাৱৰেনো মাদল বজাই ক’ত এই অসম দেশত অসম দেশত. হে মাইহাং বাতিত খোৱাৰ পানী যাচে কোনে ক’ত, কাৰ পদূলিৰ কেতেকীনো মলে মলাই…

[Continue reading]

Bistirno Parore Songs Lyrics Bhupen Hazarika

Bhupen-Hazarika.jpg

Songs – Bistirno Parore. Singer – Bhupen Hazarika. Bistirno parore oxonkhya jonore Hahakar xunio nixobde nirobe Burha luit tumi. Burha luit buwa kiyo? – (2x). Noitikotar skholon dekhio Manobotar poton dekhio Nirloj alokh bhabe buwa kiyo? Gyanbihin niroxoror Khaidyobihin nagorikor Netribihinotat nimat kiyo? Xohosro barixar unmadonar obhigyotare Pongu manobok xobol xongrami Aaru agrogami kori nutula…

[Continue reading]

Sagar Sangamat – Bhupen Hazarika Lyrics | Best Old Assamese Songs

Sagar Sangamat – Bhupen Hazarika Lyrics Songs – Sagar Sangamat. Singer – Dr. Bhupen Hazarika. সাগৰ সংগমত কতনা সাঁতৰিলো তথাপিটো হোৱা নাই ক্লান্ত। সাগৰ সংগমত সাগৰ সংগমত সাগৰ সংগমত কতনা সাঁতৰিলো তথাপিটো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালাই অশান্ত। মনৰ প্ৰশান্ত সাগৰৰ বক্ষ। জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ-নৱ গতিৰে আনি দিয়ে…

[Continue reading]

Mahabahu Brahmaputra Songs Lyrics মহাবাহু ব্ৰহ্মপুত্ৰ। Bhupen Hazarika

Dr. Bhupen Hazorika Mahabahu Brahmaputra Songs Lyrics. গান –  মহাবাহু ব্ৰহ্মপুত্ৰ। গায়ক / গায়িকা – Dr. ভূপেন হাজৰিকা। Shwakiya roop loi Bohag nu aahe koloi ? Brahmaputrar dui paroloi nohoy jaanu. Ei Brahmaputrar mahan Oitijyoy ba ki. মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কতযুগ ধৰি আহিছে প্ৰকাশী, সমন্বয়ৰ অৰ্থ। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কতযুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ…

[Continue reading]

Gouripuria Gabhoru Dekhilu Songs Lyrics গৌৰীপুৰীয়া গাভৰু দেখিলো।

Dr. Bhupen Hazorika Gouripuria gabhoru dekhilu Songs Lyrics. গান –  গৌৰীপুৰীয়া গাভৰু দেখিলো। গায়ক / গায়িকা – Dr. ভূপেন হাজৰিকা। গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ, হাতীও ধৰিলো তাইকো মুহিলো সাঁতুৰি গদাধৰ নৈ হে। গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ। মহলৰ কাষতে নৈৰে পাৰতে আছিলে অকলে ৰৈ হে, গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ। গোৱালপাৰাৰ…

[Continue reading]

Chirajugamiya Dhow Tuli Songs Lyrics চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি

Chirajugamiya Dhow Tuli Dr. Bhupen Hazorika Songs Lyrics   গান – চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি। গায়ক / গায়িকা – Dr. ভূপেন হাজৰিকা। চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি, চিৰ নতুন পানচৈ উটি যায়। জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি সময় নদীত পথ আঁকি আঁকি যায়, অণু পৰমাণু হৈ কাৰ আশাৰেনো উৰে আজি উৰে। চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি।… অ’…

[Continue reading]

Kune Koi Moi Akalxoriya Songs Lyrics কোনে কয় মই অকলশৰীয়া

Kune Koi Moi Akalxoriya Dr. Bhupen Hazorika Songs Lyrics গান –  কোনে কয় মই অকলশৰীয়া। গায়ক / গায়িকা – Dr. ভূপেন হাজৰিকা। কোনে কয় মই অকলশৰীয়া ? মই আৰু মোৰ ছাঁ দুয়ো দুয়োৰে লগৰীয়া, পৃথিৱী নক’বা মই অকলশৰীয়া। মই আৰু মোৰ ছাঁ।… সংগীহীনতা মোৰেই সংগী বুলি কিয় তুমি উপহাস কৰিছা  ? মই আৰু মোৰ ছাঁ দুয়ো…

[Continue reading]

Jilikabo Luitare Paar Songs Lyrics জিলিকাব লুইতৰে পাৰ Bhupen Hazarika

Bhupen-Hazarika.jpg

Jilikabo Luitare Paar Songs Lyrics Dr. Bhupen Hazorika. গান –  জিলিকাব লুইতৰে পাৰ। গায়ক / গায়িকা – Dr. ভূপেন হাজৰিকা। জিলিকাব লুইতৰে পাৰ জিলিকাব লুইতৰে পাৰ। এন্ধাৰৰ ভেঁটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতী নিজৰাৰে ধাৰ, শত শত বন্তিৰে জ্ঞানৰে দিপালীয়ে, জিলিকাব লুইতৰে পাৰ। জিলিকাব লুইতৰে পাৰ।… সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ। সাঁচিপাতে ভাষা…

[Continue reading]

Gupute gupute kiman khelim songs lyrics গুপুতে গুপুতে কিমান খেলিম

Gupute gupute kiman khelim songs lyrics. গান –  শীতৰে সেমেকা ৰাতি।গায়ক / গায়িকা – Dr. ভূপেন হাজৰিকা। গুপুতে গুপুতে কিমান খেলিমআলিংগনৰ এই খেলা,চতিয়াওঁ আহা আকাশে-বতাহেদুয়োৰে ৰঙৰে মেলা. গুপুতে গুপুতে কিমান খেলিম,আলিংগনৰ এই খেলা। সমাজ আৰু সংস্কাৰকদেখুৱাওঁ আহা প্ৰিয়া,লুকাই নথৈ আমাৰদুখন সাগৰৰ দৰে হিয়া। যৌৱনত জানো পাপ থাকেপ্ৰকাশ জানো বন্ধ থাকে,লহৰে জানো সাগৰক কৰেকাহানিও অৱহেলা। গুপুতে…

[Continue reading]

Xitore Khemeka Rati Songs Lyrics by Dr. Bhupen Hazorika

Xitore Khemeka Rati Songs Lyrics by Dr. Bhupen Hazorika গান –  শীতৰে সেমেকা ৰাতি ।গায়ক / গায়িকা – Dr. ভূপেন হাজৰিকা। শীতৰে সেমেকা ৰাতি,শীতৰে সেমেকা ৰাতি। সেমেকা শীতৰে  ৰাতি,শীতৰে সেমেকা ৰাতি। বস্ত্ৰবিহীন কোনো খেতিয়কৰভাগিপৰা পঁজাটিৰ তুঁহজুই একোৰাতউমি উমি জ্বলি থকাৰক্তিম যেন এটি উত্তাপ হওঁ,ৰক্তিম যেন এটি উত্তাপ হওঁৰক্তিম যেন এটি উত্তাপ হওঁ। শীতৰে সেমেকা ৰাতিশীতৰে…

[Continue reading]