Tumi Suwa jetiya dusoku tuli Songs Lyrics | Zubeen Garg | Meghor Boron

Tumi Suwa jetiya dusoku tuli Songs Lyrics from Meghor Boron. গান –  তুমি চোৱা যেতিয়া দুচকু তুলি। গায়ক / গায়িকা – জুবিন গার্গ। কথাছবি – মেঘৰ বৰন। তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ ভাঙি নামে বিজুলি ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে। তুমি চুলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত। তোমাৰ মাজত দিগন্ত সৃষ্টিৰ অপৰুপ অনন্ত।…

[Continue reading]