Aahe Ba Nahe Ghumoti Songs Lyrics আহে বা নাহে ঘুমতি।

আহে বা নাহে ঘুমতি গানৰ কথা। গান –  আহে বা নাহে ঘুমতি।গায়ক / গায়িকা – জুবিন গার্গ।কথাছবি – পাখী। আহে বা নাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ,সপোনকে লৈ। থাকে বা নাথাকে শাওণৰে ধল তুমি মৰমৰে নৈ,মৰমৰে নৈ। দুপাখি মেলি সমীৰে আহি,দিয়ে বা নিদিয়ে ফাগুনৰে খবৰ,তুমি ৰোৱা যেন মোলৈ। আহে বা নাহে ঘুমতি আহিবা ৰাতি সপোনকে…

[Continue reading]