Uduli Muduli nasoni pokhili Songs lyrics উদুলি মুদুলি নাচনী পখিলি।

Uduli Muduli nasoni pokhili Songs lyrics উদুলি মুদুলি নাচনী পখিলি গানৰ কথা। গান –  উদুলি মুদুলি নাচনী পখিলি।গায়ক / গায়িকা – জুবিন গার্গ। উদুলি মুদুলি নাচনী পখিলিফাগুনী বাউলি হ’ল। কাতিৰ কঙালিমাঘৰ ভোগালিব’হাগী নাচনি হ’ল। জীয়ৰী বোৱাৰী ৰঙতে ৰঙিলি। জীয়ৰী বোৱাৰী ৰঙতে ৰঙিলি,হাতত জেতুকাৰ বোল। ধিনিকি ধিন্দাও ঘনে উঠে চেওবাজিছে বিহুৰ ধোল।উদুলি মুদুলি নাচনী পখিলিফাগুনী বাউলি হ’ল।…

[Continue reading]

Kajol kajol dusokute songs lyrics by Zubeen Garg.

গান –  কাজল কাজল দুচকুতে।গায়ক / গায়িকা – জুবিন গার্গ।কথাছবি – ৰক। কাজল কাজলদুচকুতে,এসাগৰ মৰমআছে কাৰ বাবে ? কাজল কাজলদুচকুতে,এসাগৰ মৰমআছে কাৰ বাবে ? মোৰ মন তোমাতেইপ্ৰতি দিন প্ৰতি পলে,তোমাক বিচাৰো জনম জনমলৈহিয়াই হিয়াই তুমি মোৰ মাথো মোৰ। কাজল কাজলদুচকুতে,এসাগৰ মৰমআছে কাৰ বাবে ?… সপোন যেন সপোন লাগে তোমাৰ নীলা দুচকুভৰি আছে মৰম এবুকু এবুকু।…

[Continue reading]