Anuradha Songs Lyrics | Zubeen Garg & Treen Sharma

Anuradha Songs Lyrics Anuradha Album. অনুৰাধা গানৰ কথা। গান –  অনুৰাধা। গায়ক / গায়িকা – জুবিন গার্গ আৰু তৃণ শর্মা। কথাছবি – অনুৰাধা। যুগে যুগে প্ৰতি খোজে তোমাতেই ম‍ই হ’ম বিলীন, এন্ধাৰৰে চুকে চুকে আছো ম‍ই তোমাতেই লীন। অনুৰাধা অনুৰাধা। অনুৰাধা অনুৰাধা। সময়ৰে খাজে খাজে বৈ আহে ৰাতি দিন, হৃদয়ৰে সীমনাতে অশ্ৰু নিগৰা বীণ। অনুৰাধা…

[Continue reading]